কৰোণা যুদ্ধত ভাৰতৰ কাষত এডিবি, ঘোষণা বিপুল আর্থিক পেকেজৰ

কৰোণা যুদ্ধত  ভাৰতৰ কাষত এডিবি, ঘোষণা বিপুল আর্থিক পেকেজৰ

কৰোনা বিৰুদ্ধে যুদ্ধত ভাৰতক বিপুল আর্থিক সাহায্য কৰিব এছিয়ান ডেভেলপমেন্ট বেংক এডিবিয়ে।  কালি এনে ঘোষণা কৰিছে তেওঁলোকে। জানিব পৰা গৈছে। আগন্তুক দিনত কৰোনাৰ বিৰুদ্ধেযুঁজ দিবলৈ  ভাৰতক  ১.‌৫ বিলিয়ন মার্কিন ডলাকক ঋণ প্ৰদান কৰিব। এডিবিৰ চেয়াৰমেন  মাছাটছুগু আছাকাওৱাই কৈছে ব ‘এই অসীম চ্যালেঞ্জৰ সৌতে যুঁজ কৰাৰ বাবেব এডিবিয়ে ভারতক সহায় কৰিবলৈ  সম্পূর্ণৰূপে প্রতিশ্রুতিবদ্ধ।’এডিবিয়ে কোভিড–১৯ এক্টিভ ৰেছপন্স এন্ড এক্সপেন্ডিচাৰ চাপোর্ট বা কেয়াৰ্ছ প্রকল্পৰ  ভিতৰত যেনেকৈ আছে উন্নতমানৰ স্বাস্থ্য পৰিসেৱাৰ বাবে সাধাৰণ অর্থ ব্যয় আৰু ৮০০ মিলিয়নৰ অধিক  মানুহৰ সামাজিক সুৰক্ষা ব্যবস্থা সৃষ্টি।
লগতে কোভিড গ্রস্থ দেশবোৰৰ সমাজৰ  পিছপৰা লোক অসহায় শ্রমিক বৃদ্ধ শিশু নাৰী সকলকক বিশেষ আর্থিক সহায় প্রদানেৰ বিষয়টোত গুৰুত্ব দিছে  এডিবিয়ে।