সীমান্তত বাজিছে ৰণশিঙা, দুজন ভাৰতীয় সৈন্য শ্বহীদ

সীমান্তত বাজিছে ৰণশিঙা, দুজন ভাৰতীয় সৈন্য শ্বহীদ
Photo Courtesy : PTI

সীমান্তত বাজিছে ৰণশিঙা, কৰোণাৰ আতংকৰ মাজতে ভাৰত পাকিস্তান সীমান্তত হঠাত পাকিস্তানে কৰা আক্ৰমণৰ উত্তৰ প্ৰদান কৰি ভাৰতীয় সেনা বাহিনীযে পাকিস্তানৰ এটা শিৱিৰ ধ্বংস কৰাৰ লগতে পাকিস্তানৰ ৫জন সেনাক গুলীয়াই মৰাৰ বাতু পোৱা গৈছে। উল্লেখযোগ্য ইয়াৰপূৰ্বে পাকিস্তানে একেৰাহে দ্বিতীয় দিনাও আক্ৰমণ অব্যাহত ৰাখি কাশ্মীৰৰ উড়ী ছেক্টৰত (বাৰামুলা)ত সেনা আৰু সাধাৰণ নাগৰিকৰ এপৰত প্ৰচণ্ড গুলী বৰ্ষণ কৰে। এই আক্ৰমণত দুজন ভাৰতীয় সৈন্য শ্বহীদ হোৱাৰ লগতে বহুকেইজন নাগৰিক আহত হৈছে।