কৰোণাতাংকৰ মাজত উত্তম শইকীয়াৰ কেমেৰাত বন্দী কাজিৰঙাৰ বনৰজা
কৰোণাৰ আতংকৰ মাজত সকলো ঘৰতে আৱদ্ধ হৈ থকাৰ সময়তে নিজৰ দায়িত্ব পালনৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ বুকুত যোৱা অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া দেৱৰ কেমেৰাত বন্দী হল বনৰজাৰ জলকেলিৰ দৃশ্য। প্ৰকৃতিত এতিয়া উন্মুক্তাৰ সমীৰণ কাৰণ জীৱশ্ৰেষ্ঠ এতিয়া লক ডাউনত |
                        


                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
                        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
