যোৰহাটত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন
                        কালি প্ৰথম আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ক'ৰোণা মহামাৰীৰ বাবে ম্লান পৰিল এই চাহ দিৱস । ইয়াৰ মাজতে যোৰহাট জিলা উপায়ুক্তই প্ৰতিজন চাহ খেতিয়কক চাহ দিৱসৰ দিনটোত শুভেচ্চা জনোৱাৰ লগতে প্ৰতিজন চাহ উদ্যোগৰ কৰ্মচাৰীক ওলগ জনাই ।চাহ উদ্যোগ অসমৰ পৰিচয় আৰু গৌৰৱ বুলি কলে জিলা উপায়ুক্তই।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
