লক ডাউনৰ মাজতে ধুবুৰীৰ চাপৰ বহলপুৰত আটক ২৬ জনকৈ বাংলাদেশী
                        দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত তৃতীয় পৰ্যায়ৰ লক ডাউন ঘোষণা কৰা হয় ।ইয়াৰ মাজতে শনিবাৰে ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়ত ব্যৱস্থা মুকলি কৰি দিয়াৰ পাছতে দেওবাৰে ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ বহলপুৰত আটক হয় ২৬ জনকৈ বাংলাদেশী নাগৰিক ।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
