শিৱসাগৰত পুনৰ দুটা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা।

শিৱসাগৰত পুনৰ দুটা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা।
শিৱসাগৰত পুনৰ দুটা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা।

 শিৱসাগৰ জিলা প্ৰশাসনে আজি ঘোষণা কৰে  কন্টেইনমেন্ট জ'ন হিচাপে। শিৱসাগৰৰ হস্পিতেল ৰ'ডৰ এটা অঞ্চল আৰু দ'লমুখ চাৰিআলিৰ এটা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰে। চাৰিজন ব্যক্তিৰ দেহত ক'ৰণা পজিটিভ পোৱাৰ বাবে এই ঘোষণা কৰে শিৱসাগৰ জিলা প্ৰশাসনে। ২৮ জুনত গুৱাহাটীৰ পৰা আহিছিল এইকেইজন ব্যক্তি। সেইদিনাই তেওঁলোকৰ শ্বাব টেষ্ট কৰা হৈছিল আৰু সকলোকক হোম কুৱাৰেন্টাইনত থাকিবলৈ দিয়া হৈছিল। আজি চাৰিজন ব্যক্তিৰ দেহত ক'ৰণা পজিটিভ পোৱাত আটাইকেইজনকে শিৱসাগৰ অস৩মৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। হস্পিতেল ৰ'ডৰ অৰুন'চ নামৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ৩ জন ব্যক্তিৰ লগতে দ'লমুখ চাৰিআলিৰ এজনৰ ব্যক্তিৰ দেহত এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক'ৰণা পজিটিভ। কালিলৈ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চল দুটাৰ ওচৰৰ ব্যক্তিসকলৰ শ্বাব টেষ্ট কৰাহব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।