২৪০ কিলোমিটাৰ বেগত চুপাৰ ছাইক্লোন
কৰোনা ভাইৰাছৰ ধুমুহাত অবৰুদ্ধ প্রায় সমগ্ৰ পৃথিবী। মাজতে আহিল দুৰন্ত ছাইক্লোন। তছনছ কৰি দিলে ঘৰ-বাৰী সমগ্ৰ চহৰ। বুধবাৰে প্রশান্ত মহাসাগৰীয় ধুমুহাত ফিজিত। মূলত ফিজিৰ ছলমন আৰু ভানুতু দ্বীপত ধ্বংসলীলা চলাইছে এই ধুমুহাই। ইয়াৰ গতিবেগ আছিল ঘণ্টাত ২৪০ কিলোমিটাৰ।