GMCH ত সংযােজিত হ’ল ৫੦ অতিৰিক্ত ICU ৱাৰ্ড

GMCH ত সংযােজিত হ’ল ৫੦ অতিৰিক্ত ICU ৱাৰ্ড

ৰাজ্যত কৰ’ণা ভাইৰাছত সংক্ৰমিত লােকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পােৱাৰ সময়তে এই মাৰাত্মক ৰােগবিধৰ চিকিৎসাৰ বাবে আন্তঃগাঁথনি গঢ়ি তােলাৰ ক্ষেত্ৰত যুদ্ধকালীন তৎপৰতাৰে প্ৰচেষ্টা চলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগেও।বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে ৰাজ্যত প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত গঢ়ি উঠিছে কৰ’ণা হাস্পতাল। বৃদ্ধি কৰা হৈছে ৰােগীৰ বাবে প্ৰয়ােজনীয় ICU Ward ৰ সংখ্যা।কালিস্বাস্থ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICU ৱাৰ্ডত নতুনকৈ সংযােজন কৰা ৫੦ টা ৱাৰ্ড উদ্বােধন কৰে।