Lockdown 4.0 নতুন গাইড লাইন

► স্কুল, কলেজ শিক্ষানুষ্ঠান, কোচিং চেণ্টাৰ বন্ধ থাকিব। কিন্তু অনলাইন ক্লাছ চলি থাকিব।
► মেট্ৰ’ ৰে’ল সেৱা, বিমান সেৱা বন্ধ থাকিব।
► চিনেমা হল, জিম, শ্বপিং মল বন্ধ থাকিব।
► বন্ধ থাকিব সকলো ধৰণৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান। সামাজিক দুৰত্ব বজাই ৰখাতো বাধ্যতামূলক।
► অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন চলিব পাৰিব।
► সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ থাকিব সান্ধ্য আইন।
► ৬৫ৰ উৰ্ধৰ, ১০ বছৰৰ তলৰ শিশুৱে ৰাজহুৱা স্থানত চলা-ফুৰা কৰিব নোৱাৰিব।
► ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ থাকিব।
► আন্তঃৰাজ্যিক পৰিবহণ ব্যৱৱস্থা, বাছ সেৱাত অনুমতি। কিন্তু দুয়োখন ৰাজ্যৰ পাৰস্পৰিক বুজা পৰাৰ ভিত্তিত।
► ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি আন্তঃ জিলা পৰিবহণৰ অনুমতি।
► ৰেড জ’ন, গ্ৰীণ জ’ন, অৰেঞ্জ জ’নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব। কিন্তু এই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক অৱগত কৰিব লাগিব