গোলাঘাটত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ

গোলাঘাটত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ

কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতেই গোলাঘাটত আজি  গ্ৰেপ্তাৰ হ'ল চাৰিজনকৈ  ড্ৰাগছ পেডেলাৰ। গোলাঘাট আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ চাৰিজন ড্ৰাগছ পেডেলাৰ। ড্ৰাগছ পেডেলাৰ কেইজন হ', দেৰগাঁৱৰ গৌতম বৰুৱা, বিদুৎ ৰাজখোৱা আৰু গোলাঘাট ফৰকাটিঙৰ আৱাল জন্নত আৰু অমৃত  দে