কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল প্ৰজাতিৰ পূৰ্বাঞ্চলীয় দল হৰিণ ( Eastern Swamp Deer ) ।

এই হৰিণ বিশ্বৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাত্ৰ কেইটামন স্থানতহে দেখিবলৈ পোৱা যায় । অতি বিৰল প্ৰজাতিৰ দল হৰিণ বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ প্ৰথম অনুসুচীত অন্তৰ্ভূক্ত । বিশ্বত এই হৰিণৰ জনসংখ্য়া দুহেজাৰৰো কম ।

1.