আজিৰ শিৰোনাম || ৩ মে' ২০২০ ||

► ‘ৰেমডেছিভিৰ’ দৰবে দ্রুতগতিত আৰোগ্য কৰিছে ক’ভিড–১৯ আক্রান্তক
► লকডাউনৰ সময়ত চুবুৰীয়া ৰাজ্যলৈ ৯৭ কোটি টকাৰ পাচলি প্রেৰণ
► ২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফল
► দিল্লীত ক’ৰোনা আক্রান্ত অসমৰ জোৱানৰ সংখ্যা ১৭লৈ বৃদ্ধি
► বনৰীয়া হাতী পোৱালীৰ জলকেলি
► ২০২২ লৈ বিশ্বত থাকিব ক’ৰোনা মহামাৰী
► ২০৩২ ত অলিম্পিক আয়োজন কৰিব বিচাৰে ভাৰতে
► দেশৰ ১০০ শিল্পীয়ে একেলগে গাব এটি গীত