৬ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

৬ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম  

► মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ ৰিয়াজ নাইকুসহ পাঁচজন উগ্ৰপন্থীক হত্যা
► ২৬ হাজাৰ গাঁৱত ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে-মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
► ভয় কৰাৰ প্ৰয়োজন নাইঃ আৰোগ্য সেতু এপ সম্পূৰ্ণ সুৰক্ষিত
►  প্রয়োজনীয় সুৰক্ষামূলক ব্যৱস্থাৰে গুৱাহাটীত অ’লাৰ কাম-কাজ আৰম্ভ
► বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ বিলাসী অট্টালিকাত বুলডেজাৰৰ হাতোৰা
► গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রশাসনিক নীতি-নিয়মৰ সালসলনি
► ইটালীত সফল হল ক’ৰোনাৰ প্ৰতিষেদক
► ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দাবী, ‘আমি আৱিষ্কাৰ কৰিলো কোৰোণা ভাইৰাছৰ ভেকচিন
► লকডাউনৰ সময়তে সোণাপুৰত তীব্রগতিত চলিছে টোলগেটৰ নির্মাণকাৰ্য
► দিল্লীত সুৰাৰ ওপৰত ৭০ শতাংশ ‘ক’ৰোনা কৰ’
► পৰেশ বৰুৱা ভাতৃয়ে কলে-ড০ হিমন্ত বিশ্ব শর্মাক আলফা চৰকাৰৰ মধ্যস্থতাকাৰীৰ হওঁক
► লকডাউন ডায়েৰীৰ প্ৰশংসনীয় পদক্ষেপ