৪ মে' ২০২০. আজিৰ দিনটোৰ শিৰোণাম

► Jio প্লেটফৰ্মত  ছিলভাৰ লেকে–এ কৰিব ৫৬৫৫ কোটি টকা বিনিয়োগ
► ছোনীয়া গান্ধীৰ ঘোষণা সকলো প্ৰৱাসী শ্ৰমিকৰ ৰে’ল ভাড়া দিব কংগ্ৰেছে
► ভাৰতীয় চিনেমা চূড়ান্ত অশ্লীল, সংস্কৃতি বিনষ্ট কৰে’
► চীনৰ জিনজাঙৰ পৰা অসমলৈ সংক্রমণ হৈছে আফ্রিকান ছোৱাইন ফিভাৰৰ
► ১১ মে’ত জইচ–ই–মহম্মদৰ আক্রমণৰ ব্লু–প্রিণ্ট
► ৯জন বৰযাত্রী লৈ যুগ্ম জীৱনৰ পাতনি নগাঁৱৰ মিণ্টুমণিৰ
► আফ্ৰিকান ছোৱাইন ফিভাৰে অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ
► কীমৰ ৰেলত থাকে দুহেজাৰ যুৱতী দেহৰক্ষী
► কাকজান চাহ বাগিচাত শ্ৰমদান এহেজাৰ শ্ৰমিকৰ