আমেৰিকাৰ পৰীক্ষাগাৰত ২৫ বৈজ্ঞানীকৰ সৈতে কোৰোণা ভেকচিন নিৰ্মাণত ব্যস্ত প্ৰয়াগৰাজৰ ফৰাজ

আমেৰিকাৰ পৰীক্ষাগাৰত ২৫ বৈজ্ঞানীকৰ সৈতে কোৰোণা ভেকচিন নিৰ্মাণত  ব্যস্ত প্ৰয়াগৰাজৰ ফৰাজ
প্ৰয়াগৰাজৰ ফৰাজ

এইদেশ বিশেষঃ কৰোণা ভাইৰাছক শিপাৰ পৰা উঘালি পোলেৱাৰ বাবে বিশ্বৰ বৈজ্ঞানীক সকলৰ সমানে ভেকচিন বনোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে ভাৰতৰ প্ৰয়াগৰাজৰ সন্তান ফৰাজ জেদী। আমেৰিকাৰ ফিলাডিল্ফিয়াস্থ ৱিষ্টাৰ ইন্সটিিটউতৰ এটা দলৰ লগত কাম কৰি আছে ফৰাজে। ইয়াত ২৫জন বৈজ্ঞানী আছে বুলি জানিব পৰা গৈছে।