উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰী দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰী দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰী দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মঙলবাৰে জাৰি কৰা এক বিশেষ জাননী যোগে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ (২০১৯-২০) ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰ্ দিয়া বুলি জানিব দিছে। উল্লেখযোগ্য  যে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত উঃ মাঃৰ প্ৰথম বৰ্ষৰ বাৰ্ষিক পৰীক্ষা বাতিল কৰা হৈছিল।