পুনৰ দুসপ্তাহলৈ বৃদ্ধি হ’ল ল’ক ডাউনৰ সীমা, ৪ মে’ৰ পৰা হ’ব কাৰ্যকৰী

পুনৰ দুসপ্তাহলৈ বৃদ্ধি হ’ল ল’ক ডাউনৰ সীমা, ৪ মে’ৰ পৰা হ’ব কাৰ্যকৰী

দেশত আকৌ বৃদ্ধি কৰা হ’ল ল’ক ডাউনৰ সীমা। কোৰোণা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্যৰে দুসপ্তাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে ল’ক ডাউনৰ সীমা। অৱশেষত এক পৰ্যালোচনাৰ অন্তত লোৱা হ’ল এই সিদ্ধান্ত।

ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এই সন্দৰ্ভত জাৰি কৰিছে জাননী। লগতে গৃহ মন্ত্ৰণালয়ে ল’ক ডাউনৰ বাবে এখন গাইড লাইনো প্ৰস্তুত কৰি উলিয়াইছে