তিতাবৰত গ্ৰেপ্তাৰ এন  এচ চি এন কেডাৰ

তিতাবৰত গ্ৰেপ্তাৰ এন  এচ চি এন কেডাৰ

তিতাবৰৰপৰা দুলাল কলিতাঃলকডাউনৰ মাজতে নিশা ১১ -৩০ তিতাবৰত গ্ৰেপ্তাৰ এগৰাকী নগা উগ্ৰপন্হী সংগঠনৰ দূধৰ্ষ কেডাৰ।আৰক্ষীৰ নিয়মীয়া তালাচীত তিতাবৰৰ ডফলাটিঙত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীজন।কেডাৰজনৰ নাম নয়াব' কন্যাক।তেখেতৰ ঘৰ নগালেণ্ডৰ মন জিলাত।কেডাৰ জনৰ পৰা এটা পইণ্ট ২২ পিষ্টল, এটা পইন্ট ৩২ পিষ্টল, একৰাউণ্ড সজীৱ গুলী,দুটা মোবাইল ফোন আৰু এচ বি আইৰ এটা এ টি এম কাৰ্ড উদ্ধাৰ কৰিছে তিতাবৰ আৰক্ষীয়ে।