বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে অতি কমেও ২৫ খন আসন দখল কৰি ব

বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে অতি কমেও ২৫ খন আসন দখল কৰি ব

বিপিএফ দলৰ সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীক বিপিএফ দলৰ লগত থাকি দলৰ হৈ কাম কৰি যাবলৈ আহ্বান 
ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে বিটিআৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল যদিও ইউ পি পি এল দলে বিটিচিৰ পৰিবেশ অস্থিৰ কৰি তোলাৰ বাবেহে চেষ্টা কৰি থাকে । বিটিচিত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ইউ পি পি এল দলে থানাত গোচৰ ৰুজু কৰাটো হাস্যকৰ । আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে অতি কমেও ২৫ খন আসন দখল কৰি বিটিচি পৰিষদ দখল কৰিবলৈ সক্ষম হৈছে ।  বিজেপি দলৰ লগত বিপিএফৰ মিত্ৰতা অটুট আছে । নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীগৰাকী জয়যুক্ত হোৱাটো বিপিএফ দলে বিচাৰে । এই মন্তব্য তামুলপুৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ