বিহু তলাবন্ধ সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নির্দেশ

বিহু তলাবন্ধ সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নির্দেশ
বিহু তলাবন্ধ

বিহুj সময়ছোৱাত ৰাজ্য সমূহত তলাবন্ধ সুনিশ্চিত কৰিবলৈ ৰাজ্য সমূহক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নির্দেশ প্ৰদান কৰিলে।উৎসৱৰ সময়চোৱাত আইন শৃংখলা,শান্তি,সম্প্ৰতি বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়া হয়।জিলা সমূহত উৎসৱৰ দিন কেইটাত লোক একত্ৰিত নহবৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উৎসৱৰ সময়ছোৱাত মানি চলিবলগীয়া তলাবন্ধৰ নিয়ম বোৰো বহুল ভাৱে প্ৰচাৰ কৰিবলৈ কয়। নিয়ম উলংঘা কৰিলে শাস্তিৰ সন্মুখীন হব পাৰে।