মৃত্যুকলৈ কেন্দ্রীয় ছাইটত হঠাৎ কো-মর্বিডিটিৰ উল্লেখ কেন্দ্ৰৰ

মৃত্যুকলৈ কেন্দ্রীয় ছাইটত হঠাৎ কো-মর্বিডিটিৰ উল্লেখ কেন্দ্ৰৰ

আক্রান্তৰ সংখ্যা একে দিনাই চাৰি হাজাৰত স্পৰ্শ। মৃতকৰ সংখ্যা এক দিনাই প্রায় ২০০। ভাৰতত যোৱা তিনি মাহৰ ইতিহাসত কৰোণা সংক্রমণ আৰু মৃতকৰ সংখ্যা এক জাপে নজিৰবিহীন বৃদ্ধিৰ বাবে নাম উল্লেখ নকৰি কিছু ৰাজ্যক দায়ী কৰিলে কেন্দ্রই।  

যোৱা ১০ দিনত মৃত্যু

২৬ এপ্রিল    ৪৭ জন
২৭ এপ্রিল    ৬০ জন
২৮ এপ্রিল    ৫১ জন
২৯ এপ্রিল    ৭১ জন
৩০ এপ্রিল     ৬৭ জন
১ মে    ৭৭ জন
২ মে    ৭১ জন
৩ মে    ৮৩ জন
৪ মে    ৮৩ জন
৫ মে    ১৯৪ জন