৫ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

► অসমত আৰু এজনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ, আক্ৰান্তৰ সংখ্যা ৪৩জনলৈ বৃদ্ধি

► মালয়বাৰীত ২৫ বিঘা বড়োধানৰ খেতি, পথাৰত অতুল বৰা

► নতুন অভিলেখ, ২৪ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ৩৯০০জন, মৃত্যু ১৯৫জনৰ

► মে’ মাহ গৰমৰ বন্ধ ৰূপে ঘোষণা কৰাৰ সম্ভাৱনা

► পিছুৱাই দিয়া হৈছে লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা

► জয়েন্ট এন্ট্রান্স আৰু মেডিকেল প্রবেশিকা পৰীক্ষাৰ দিন ঘোষণা 

► যোৰহাটত সহজলভ্য হৈ পৰিছে নিষিদ্ধ গুটখাজাতীয় সামগ্ৰী

► বৰ্ণাভৰ  সমাজৰ নিম্নস্তৰত মাস্ক বিতৰণ

► দেশৰ সকলোতকৈ ধনী দেবতাৰ মন্দিৰত কাম হেৰোলালে ১৩০০ কর্মীয়ে

► বি এচ এফৰ জোৱানৰ নৃত্যই  মোহিছে দেশৰ জনতাক