যোৰহাট জিলা বিজেপিৰ আদৰণীয় পদক্ষেপ

যোৰহাট জিলা বিজেপিৰ আদৰণীয় পদক্ষেপ

যোৰহাটৰ পৰা  নেকিব আহমেদ-ক'ৰোণা মহামাৰীৰ বিৰুদ্ধে চলি থকা যুদ্ধখন সন্মূখৰ যোদ্ধা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ  জোৱান সকলক সম্বৰ্ধনা জনালে যোৰহাট জিলা বিজেপিৰ বিষয়ববীয়াই | আৰক্ষী চিকিৎসা কৰ্মীৰ পিছতে আজি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত চিভিল ডিফেঞ্চৰ জোৱান সকলক একোখন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ  লগতে একোখনকৈ মাক্স প্ৰদান কৰে|