যোৰহাটত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন

যোৰহাটত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন

কালি প্ৰথম আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস  ক'ৰোণা মহামাৰীৰ বাবে ম্লান পৰিল এই চাহ দিৱস ।  ইয়াৰ মাজতে যোৰহাট জিলা উপায়ুক্তই প্ৰতিজন চাহ খেতিয়কক চাহ দিৱসৰ দিনটোত শুভেচ্চা জনোৱাৰ লগতে প্ৰতিজন চাহ উদ্যোগৰ কৰ্মচাৰীক ওলগ জনাই ।চাহ উদ্যোগ অসমৰ পৰিচয় আৰু গৌৰৱ  বুলি কলে জিলা উপায়ুক্তই।