বোকাখাতৰ লখৌজান বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ : দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানত স্মাৰক পত্ৰ প্ৰদান :

বোকাখাতৰ লখৌজান বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ  : দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানত স্মাৰক পত্ৰ প্ৰদান  :
Aiidesh Photo
বোকাখাতৰ লখৌজান বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ  : দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানত স্মাৰক পত্ৰ প্ৰদান  :

বোকাখাতৰ লখৌজান বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ  : দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানত স্মাৰক পত্ৰ প্ৰদান  : 

Aiidesh News  : 29 May 2023  :

সোমবাৰৰ দিনা বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদূৰ সংঘই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ বাগিচাত কৰ্মৰত শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰিবৰ বাবে লখৌজান চাহ বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ লখৌজান শাখাৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসুচীত লখৌজান চাহ মজদূৰ সংঘৰ উপ-সভাপতি প্ৰভাত নাহক,সম্পাদক লচমন বাউৰী আৰু সংঘৰ বিষয় ববীয়াৰ উপৰিও  অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সম্পাদক সুশীল কালিন্দী, লখৌজান প্ৰাথমিক গোটৰ সভাপতি বিশাল বাউৰী আৰু সম্পাদক গৌৰৱ নাহকে বাগিচাৰ শতাধিক প্ৰতিবাদী শ্ৰমিকক নেতৃত্ব প্ৰদান কৰে ৷ 

******j****