যোৰহাটত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুর্ঘইটনা, কেইজনো যাত্ৰী আহত

যোৰহাটত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুর্ঘইটনা, কেইজনো যাত্ৰী আহত

যোৰহাটৰ ৰাষ্টীয় ঘাই উপ পথত ভয়ংকৰ দুৰ্ঘটনা । AS 23 CC 0425 নম্বৰৰ এখন চুপাৰত খুন্দা মাৰে  AS 03 B 0816  নম্বৰৰ পালছাৰ বাইকত। গুৰুতৰ ভাবে আহত বাইকত অহা এজন যুৱক আৰু এগৰাকী যুৱতী।দুর্ঘটনাত পতিত হোৱা যুৱক প্ৰাঞ্জল টাইড (24)  আৰু যুৱতী তিনা দেউৰীক  যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ  প্ৰেৰণ কৰা হয়