গোলাঘাটত কভিড সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাত চেম্বাৰছ অব কমাৰ্চৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গোলাঘাটত কভিড সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাত চেম্বাৰছ অব কমাৰ্চৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গোলাঘাটত কভিড সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাত চেম্বাৰছ অব কমাৰ্চৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।  গোলাঘাট নগৰত বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নতুন নিয়ম বান্ধি দিলে চেম্বাৰছ অব কমাৰ্চে । 19 জুনৰ পৰা পূৱা 9 বজাত ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰ খুলিব আৰু সন্ধ্যা 6 বজাত বন্ধ কৰিব লাগিব। গোলাঘাট ইউনাইটেড চেম্বাৰছ অব কমাৰ্চ আৰু অসম চেম্বাৰ্ছ অৱ কমাৰ্চ গোলাঘাট সমিটিৰ এই  সিদ্ধান্ত । দুয়ো চেম্বাৰছ অৱ কমাৰ্চে জিলা উপায়ুক্তক প্ৰদান কৰে সিদ্ধান্ত সমূহ। জিলা খনত কবিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চেম্বাৰ্ছ অৱ কমাৰ্চৰ।