অসমত আৰু ২ জন কৰোনা আক্ৰান্ত, মুঠ আক্ৰান্ত ৬২লৈ বৃদ্ধি

অসমত আৰু ২ জন কৰোনা আক্ৰান্ত, মুঠ আক্ৰান্ত ৬২লৈ বৃদ্ধি
Photo : Janmabhumi

আজি  যোৰহাটত তিনিজন ক’ভিড-১৯ পজিটিভ চিনাক্ত হয় |

তিনিজনৰ এজন মুম্বাইৰ পৰা অহা এম্বুলেন্সৰ ড্ৰাইভাৰ | ইতিমধ্যে ড্ৰাইভাৰজনক মুম্বাইলৈ ওভতাই পঠোৱা হৈছে। তাৰে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা  হৈছে |   স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে |