চীনৰ পৰা ৫০¸০০০ পিপিই কিটছ অসমলৈ

চীনৰ পৰা ৫০¸০০০ পিপিই কিটছ  অসমলৈ

অসম চৰকাৰে নিজাববীয়াকৈ অৰ্ডাৰ দিয়া ৫০¸০০০ পিপিই কিটছ চীনৰ পৰা আহি পালেহি গুৱাহাটী। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিজে বিমান বন্দৰত উপস্থিত হৈ পিপিই কিটছ  বোৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে নিজস্বভাবে কিটছ আমদানী কৰা অসম হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য।