১১ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

 

► দাউদৰ লগত হাত মিলাই পুনৰ ভাৰত আক্ৰমণৰ প্ৰচেষ্টা লস্কাৰৰ!
► দেশৰ মুখ্যমন্ত্ৰীৰে আলোচনা প্ৰধামমন্ত্ৰীৰ
► বৃক্ষ ৰোপনেৰে বহাগী উৎসৱ পালন উজনি তিমতিমীয়াত
► যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫০ খন বিচনাযুক্ত আই ঠি ইউৰ উদ্বোধন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
► কটন বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব লিবাৰেল আৰ্টছৰ স্নাতক পাঠ্যক্ৰম
► অষ্ট্রেলিয়া ভ্রমণক লৈ আশাবাদী ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড
► ভাৰতত ২৪ ঘন্টাত ৪,২১৩ জন আক্ৰান্ত
► কৰ’না-বিৰোধী যুঁজলৈ অসম বিধানসভাৰ অধ্যক্ষৰ ২.৫০ লাখ টকাৰ সাহায্য
► সাত সাগৰ তেৰ নদীৰৰ সিপাৰত অসমীয়াৰ VIRTUAL বিহু