এজাক বিধ্বসী ধুমুহাই উজনি অসমৰ লগতে টীয়কৰ বিভিন্ন স্থানত ঘৰ দুৱাৰ ভাঙি টছনচ কৰে

টীয়ক: 15th April 2020

গোহাঁই বিহু দিনাই অহা এজাক বিধ্বসী ধুমুহাই উজনি অসমৰ লগতে টীয়কৰ বিভিন্ন স্থানত ঘৰ দুৱাৰ ভাঙি টছনচ কৰে বহু বাস গৃহ। সন্ধ্যা 4-30 বজাত অহা এই ধুমুহা জাকে টীয়কৰ গ্রাম্যঞ্চলৰ বহু দুখীয়া পৰিয়ালৰ ঘৰ ভাঙি পেলোৱাৰ ফলত গৃহহাৰা পৰিয়ালসমূহে স্থানীয় জনপ্ৰতিনিধিক সহায়ৰ হাত আগবঢ়াবলৈও আহ্বান জনাইছে।