গীতানগৰ বিহু সমিতিৰ পতাকা উত্তোলন

কৰোণাৰ বাবে অসমত এইবাৰ বিহু উদযাপনত বাধা। তথাপি অসমীয়াৰ হিয়াৰ মাজত আছে বিহু তাকে সৰোগত কৰি গীতানগৰ বিহু সমিতিয়ে এইবাৰ ৪১সংখ্যক সন্মিলনৰ পতাকা উত্তোলনৰ ৰক্ষা কৰে নিজস্ব পৰম্পৰা।