HAUSLA MUSIC VIDEO - ককৰ্ট ৰোগীৰ মনোবল বৃদ্ধি কৰাৰ এক নান্দনিক প্ৰয়াস

HAUSLA - A song for a cause. A musical journey to boosting up cancer patients and their caregivers.

কৰ্কট ৰোগৰ চিকিতসা সম্ভৱ এই ৰোগত আক্ৰান্ত ৰোগীসকলে ভয় কৰিব নালাগে। ইয়াক প্ৰত্যাহ্বান জনাবলৈ মনোবল বৃদ্ধি কৰক- কোনোধৰণৰ আষ্ফালন কৰাৰ প্ৰযোজন নাই—বিশ্ব কেন্সাৰ দিৱস প্ৰাকক্ষণত এনেদৰে ঘোষণা কৰিছিল অগ্ৰগণী ঔষধ নিৰ্মাণ কোম্পানী এক্জিৱোম মেক্স আনকোলজিয়ে। প্ৰতিষ্ঠানটোৱে কৰ্কট ৰোগীৰ কল্যানাৰ্থে নিজৰ সংবাদ ৰোগীসকলৰ কাষলৈ প্ৰেৰণ কৰাৰ বাবে সহায়লৈছে সংগীতৰ। এই নান্দনিক প্ৰয়াসৰ জৰিয়তে প্ৰথমাৱস্থাতে ৰোগীৰ পৰিচৰ্য়াত বেদনা আৰু কষ্টক সংগীতৰ মাজেৰে উপলদ্ধি কৰাৰ চেষ্টা কৰা হৈছে। এই সংবাদ দৃশ্যৃ-শ্ৰব্য মাধ্যমেৰে লোকসকলৰ কাষলৈ যোৱাৰ বাবে ১২টা ভাষাৰ সহায় লোৱা হৈছে। ইয়াৰে মাজৰ ৭টা ভাষাৰ  হিন্দী, বাংলা, মাৰাঠি, পঞ্জাৱী, অসমীয়া, উৰিয়া আৰু অসমীয়াত জনপ্ৰিয় বলিউডৰ গায়ক ছানে  ইয়াৰে মাজত তামিল আৰু কন্নড় ভাষাত বিজয় প্ৰকাশ, মালায়ম আৰু তেলেগুত শ্ৰীকান্ত কৃষ্ণমনিয়ে, গুজৰাটিত বৰ্জন পাৰ্থিৱয়ে কণ্ঠ নিগৰাইছে। কোম্পানীয়ে এই কাৰ্যক্ৰমণিকাৰ নামাকৰণ কৰিছে.  "HAUSLA -  for a cuase" নামেৰে। উল্লেখযোগ্য যে এই প্ৰয়াসক কাৰ্যকৰ কৰাৰ বাবে কোম্পানীৰ  এটা দলে দুবছৰে প্ৰচেষ্টা কৰিছিল।