মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

দিনৰ ভাগত দ্বীপ জিলা খনৰ কেইবাস্থানৰ দলীয় সভাত অংশগ্ৰহন কৰাৰ পিছত সন্ধিয়া ছয় বজাত সদৰ  গড়মুৰত উপস্থিত হৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সংমণ্ডল কাৰ্যালয় আৰু অতিথি গৃহ ৰ শুভউদ্ধোন কৰা হয় ৷ ইফালে  আজি দেশৰ প্ৰতৰক্ষাৰ ক্ষেত্ৰত বায়ুসেনাত সংযোজন হোৱা পাঁচখনকৈ ৰাফেল বিমানে বায়ুসেনাক অধিক শক্তিশালি কৰিব বুলি মন্তব্য কৰে ৷ অসমৰ ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷