সৰুপথাৰৰ মাজমজিয়াত আছুৰ ধনশিৰি সমিতিৰ এক প্ৰতিবাদী কাৰ্য্যসুচী

মুখ্যমন্ত্ৰী হায় হায়, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, বৃহৎ নদীবান্ধৰ কাম অতিশীঘ্ৰে বন্ধ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে ৷