Times Higher Education ৰ তালিকাত 200 খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতৰ এখনো নাই

শ্ৰেষ্ঠ বিশ্ববিদ্যালয়

জ্ঞান, বিজ্ঞান, সাহিত্য, দৰ্শন, চিন্তা আৰু গৱেষণাৰ উৎকৃষ্ট প্ৰাণকেন্দ্ৰ হৈছে বিশ্ববিদ্যালয় সমূহ। বিশ্ববিদ্যালয় সমূহে এটা জাতিৰ প্ৰকৃত বৌদ্ধিক নেতৃত্ব প্ৰদান কৰে। গ্ৰেইট ব্ৰিটেইনৰ পৰা প্ৰচাৰিত বিশ্ববিখ্যাত শিক্ষা আলোচনী Times Higher Education (THE) ৰ 2019 বৰ্ষৰ World University Ranking ৰ প্ৰতিবেদন প্ৰকাশ পাইছে।

টাইমছ হায়াৰ এডুকেচনৰ দ্বাৰা পৃথিৱীৰ 1250 খন University ৰ ওপৰত চলোৱা এই সমীক্ষাত স্থান লাভ কৰা বিশ্বৰ 10 খন প্ৰধান নামজ্বলা বিশ্ববিদ্যালয়ৰ ভিতৰত কেৱল গ্ৰেইট ব্ৰিটেইন আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ University ৰ হে নাম লিপিবদ্ধ হৈছে।

THE ৰ World University Ranking 2019 ত স্থান লাভ কৰা 10 খন বিশ্ববিদ্যালয় হৈছে যথাক্ৰমে --- (1) University of Oxford (2) University of Cambridge (3) Standford University (4) Massachusetts Institute of Technology (5) California Institute of Technology (6) Harvard University (7) Princeton University (8) Yale University (9) Imperial College London আৰু (10) University of Chicago ।

অতি দুখৰ বিষয় যে

অতি দুখৰ বিষয় যে Times Higher Education ৰ এই তালিকাত 200 খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতৰ এখনো বিশ্ববিদ্যালয় নাই। পৃথিৱীৰ 50 খন ঐতিহ্যময় বিশ্ববিদ্যালয়ৰ ভিতৰত THE ৰ এই তালিকাত চীনৰ দুখন বিশ্ববিদ্যালয় যথাক্ৰমে Peking University (31) আৰু University of Hong Kong (36) য়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

বিশ্ববিদ্যালয় নাই। পৃথিৱীৰ 50 খন ঐতিহ্যময় বিশ্ববিদ্যালয়ৰ ভিতৰত THE ৰ এই তালিকাত চীনৰ দুখন বিশ্ববিদ্যালয় যথাক্ৰমে Peking University (31) আৰু University of Hong Kong (36) য়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।