ৰাজ্যৰ কৃষকসকললৈ বৃহৎ সকাহ

ৰাজ্যৰ কৃষকসকললৈ বৃহৎ সকাহ
বৃহৎ সকাহ

লকডাউনৰ সময়ত ৰাজ্যৰ কৃষকসকললৈ সকাহ হিচাপে মুখ্যমন্ত্রীৰ কৃষি সা-সঁজুলী আচঁনিৰ অধীনত ইতিমধ্যেই ৩.৫ লাখ কৃষকে নিজৰ বেংকৰ একাউন্টৰ জৰিয়তে ২৫০০ টকাকৈ পাইছে। মুঠ ৬ লাখ কৃষকে এই আঁচনিৰ অধীনত ২৫০০ টকাকৈ পাব।