মুম্বাইৰ পৰা জুবিন উভতি আহিলে অসমলৈ

মুম্বাইৰ পৰা জুবিন উভতি আহিলে অসমলৈ

তল সৰা শেৱালী গছকিবলৈ জুবিন উভতি আহিলে অসমলৈ, ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন বিলাসী হোটেলত, জাতিৰ সংকট সময়ত জুবিন সদায় আছে অসমীয়াৰ লগত