8 মে' ২০২০ ইতিহাসত আজিৰ দিনটো

৮ মে গ্রেগৰীয় বর্ষপঞ্জী অনুসৰি বছৰৰ ১২৮সংখ্যক (অধিবৰ্যত ১২৯তম) দিন। বছৰ শেষ হবলৈ আৰু ২৩৭ দিন বাকি আছে।

► আজি -বিশ্ব ৰেডক্রছ দিবস।
► বিশ্ব থেলাছমিয়া দিবস
► ১৭৩৭ - এডৱার্ড গিবন, ইংৰাজ ইতিহাসবিদ আৰু ইংৰাজ সংসদ সদস্যৰ জন্ম (মৃ. ১৭৯৪)
► ১৭৫৩ - মিগাল হাইদালগো ইয়ে কছটিল্লা, মেক্সিকান ৰোমান কেথলিক পুৰোহিত আৰু মেক্সিকান
স্বাধীনতা যুদ্ধৰ এজন নেতাৰ জন্ম হয়। (মৃ. ১৮১১)
► ১৮৬১ - কলকাতাৰ জোড়াসাঁকোত বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ জন্ম।