উচ্চস্বৰত কথা পতাত’ ৰাছিয়াত ৫ জনক গুলি কৰি হত্যা
ৰাছিয়াত ঘৰৰ বাহিৰত সন্ধ্যায়া ‘উচ্চস্বৰত কথা পতাৰ বাবে পাঁচ জনক গুলি কৰি হত্যা কৰিছে এক ব্যক্তিয়ে। পুলিচে জনোৱামতে, মস্কোৰ ২০০ কিলোমিটাৰ দক্ষিণ-পূর্বে ৰিয়াজান এলাকাৰ ইয়েলাতমা গ্রামত এই ঘটনা ঘটিছে।







