এইবাৰ বাঘৰ শৰীৰত কৰোণা ভাইৰাছ
মানুহৰ পিছত এইবাৰ বাঘৰ শৰীত কৰোণা ভাইৰাছ চিনাক্ত হৈছে। যুক্তৰাষ্ট্রৰ নিউইয়র্কৰ ব্রঙ্কছ চিৰিয়াখানাত এটা বাঘ এই ভাইৰাছত আক্রান্ত হৈছে। ৫ এপ্রিল সোমবাৰে চিৰিয়াখানাৰ পক্ষৰ পৰা বিষয়টি নিশ্চিত কৰা হৈছে।







