অইল ইণ্ডিয়া লিমিটেডৰ নুমলী কুঁৱৰী গড় আৰু হস্তী দণ্ডি ধ্বংস কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ

অইল ইণ্ডিয়া লিমিটেডৰ নুমলী কুঁৱৰী গড় আৰু হস্তী দণ্ডি ধ্বংস কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ

নুমলীগড়ত অইল ইণ্ডিয়া লিমিটেডে নুমলী কুঁৱৰী গড় আৰু হস্তী দণ্ডী ধ্বংস কৰা কাৰ্য্য ক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ সাধাৰণ সম্পাদক লোড়িনজ্যোতি গগৈৰ।
ক্ষেত্ৰ পৰিদৰ্শন কৰি অইল ৰ এই কাৰ্য্যক বন্ধ কৰাৰ হুংকাৰ লুৰিনজ্যোতি গগৈৰ।
কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলী কুঁৱৰীৰ গড়  অইল ইণ্ডিয়া কৰ্তৃপক্ষই বুলড'জাৰ লগাই খান্দি ধ্বংস কৰিছে । গড় টো দি:খণ্ডিত কৰি অইলে বঢ়াইছে পাইপলাইন ।অইল ইণ্ডিয়া লিমিটেদে নুমলী কুঁৱৰীয়ে তৈয়াৰ কৰা গড় ধংশ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ। ক্ষেত্ৰ পৰিদৰ্শন কৰি অইল ৰ এই কায্যক বন্ধ কৰাৰ হুংকাৰ দিছে । অন্যথা অনাগত সময়ত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ