গোৱালপাৰাত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল বন্যাক্ৰান্ত আশ্ৰয় শিবিৰ পৰিদৰ্শন

গোৱালপাৰাত  মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল বন্যাক্ৰান্ত আশ্ৰয় শিবিৰ পৰিদৰ্শন

গোৱালপাৰা জিলাৰ শেহতীয়া  বান পৰিস্থিতি পৰ্যাবেশন কৰিবলৈ  উপস্থিত  হয় ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল।

বিয়লি প্ৰায় তিনি মান বজাত গোৱালপাৰাত উপস্থিত হৈ আগিয়াৰ বালিজানা ছোৱালী হাই স্কুল আৰু তাৰ পিছত দ্বাৰকা এল পি স্কুলৰ বন্যাক্ৰান্ত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 
 
ইয়াৰ পিছতে তেওঁ বান বিধ্বস্ত পশ্চিম গোৱালপাৰাৰ
 আগিয়া-লক্ষীপুৰ সংযোগী ১৭ নং ৰাজ্যিক ঘাইপথৰ ভগ্নাংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিয়লি প্ৰায় চাৰে চাৰিমান বজাত মুখ্যমন্ত্ৰীগৰাকী দুধনৈ লৈ ৰাওনা হয় ।