ভয়াৱহ গতিত কোৰোণাৰ বৃদ্ধি ২৪ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ৩৯০০জন, মৃত্যু ১৯৫জনৰ ।

ভয়াৱহ গতিত কোৰোণাৰ  বৃদ্ধি ২৪ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ৩৯০০জন, মৃত্যু ১৯৫জনৰ ।

ভয়াৱহ গতিত কোৰোণাৰ  বৃদ্ধি।
বিগত ২৪ঘণ্টাত নতুনকৈ ৩৯০০জন লোক কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।
দেশত মুঠ কোৰোণা আক্ৰান্তৰ সংখ্যা ৪৬,৪৩৩জনলৈ বৃদ্ধি। মৃত্যু হৈছে ১,৫৬৮ জনৰ।