ভাৰতীয় সেনাই সমগ্ৰ দেশত কৰিব ফ্লেগমাৰ্চ

ভাৰতীয় সেনাই সমগ্ৰ দেশত কৰিব ফ্লেগমাৰ্চ

ভাৰতীয় সেনাৰ চি ডি চি বিবিণ ৰাৱতে এক সংবাদ মেল যোগে জানিব দিছে যে সমগ্ৰ দেশত কৰোণা বিৰুদ্ধে যিসকল যুদ্ধাই যুদ্ধ কৰি আছে তেওঁলোকৰ সৈতে ভাৰতীয় সেনা সদায় আছে। অহা ৩ মে সেনাই সমগ্ৰ দেশত শ্ৰীনগৰৰ পৰা  ডিব্ৰুগড়ৰলৈকে এক ফ্লেগ মাৰ্চ কৰিব। দেশৰ বিশেষত স্থানত কৰোণাৰ যুদ্ধাসকলৰ সন্মানৰ্থে আকাশৰ পৰা বিমানৰ দ্বাৰা পুষ্পবৃষ্টি কৰা হব। সমগ্ৰ দেশত লক ডাউনৰ গতিবিধি নিৰীক্ষণ কৰিব সেনাৰ তিনিটা বিভাগে-জল, স্থল আৰু বায়ু সেনাই। জিলা পৰ্যায়ত সেনা বিষয়াই হস্পিতেলসমূহলৈ যাৱ, জিলা সদৰবোৰত বিশেষ গতি-বিধি নিৰীক্ষণ কৰিব।