যোৰহাটৰ ৰাজ পথত চীনৰ প্ৰধানক জ্বলালে হিন্দু যুৱ ছাত্ৰই

যোৰহাটৰ ৰাজ পথত চীনৰ প্ৰধানক  জ্বলালে হিন্দু যুৱ ছাত্ৰই

যোৰহাটৰ ৰাজ পথত চীনৰ প্ৰধানক  জ্বলালে হিন্দু যুৱ ছাত্ৰই ,       চীনৰ সৈন্যই ভাৰতৰ সেনা ওপৰত আক্ৰমণ কৰাৰ প্ৰতিবাদত বিহস্পতিবাৰে যোৰহাটৰ ৰাজপথত হিন্দু যুৱ ছাত্ৰ পৰিষদে চীনা পাতাকা আৰু চীনৰ প্ৰধান মন্ত্ৰীক জ্বলাই প্ৰতিবাদ কৰাৰ লগতে  চীনৰ সামগ্ৰীও বৰ্জন কৰিবলৈ আহ্বান জনায় । আৰু চীনক যোগ্য প্ৰত্যুত্তৰ দিবলৈও চৰকাৰক আহ্বান জনায় । চীনৰ দাদাগিৰী নচলিব, অসমত থকা চীনৰ দালাল সুচিয়াৰ আদি শ্লোগানেৰে সংগঠনটোৰ সদস্য সকলে  উত্তাল কৰি তোলে ।