দেশত কোৰোনা ভাইৰাছ একদিনেত ৭৭৩ টা নতুন সক্ৰমণ ঘটনা আৰু এদিনত ৩২ জনৰ মৃত্যু

দেশত কোৰোনা ভাইৰাছ একদিনেত ৭৭৩ টা নতুন সক্ৰমণ ঘটনা আৰু এদিনত ৩২ জনৰ মৃত্যু
দেশত কোৰোনা ভাইৰাছ একদিনেত ৭৭৩ টা নতুন সক্ৰমণ ঘটনা

স্বাস্থ্য মন্ত্রানালয়ৰ সংযুক্ত সবিচ লৱ আগৰৱালাই জানিব দিছে যে ভাৰতবর্ষত বৰ্তমান অবধি কোরোনা লৈকে কৰোণা আক্ৰান্তক পৰীক্ষা কৰা িপছত ৮০২ জন লোকক ৰোগমুক্ত ঘোষণা কৰা হৈছে আৰু দেশত সংক্ৰমিত লোকৰ সংখ্যা হৈছে  সংখ্যা ৫১৯৪ জন। আজি দিনটোত ৭৭৩ কোৰোনা পজিটিভ কেছ পোহৰলৈ আহিছে। সমগ্ৰ দেশত এতিয়ালৈকে ১৪৯ জনৰ মৃত্যু আৰু ২৪ ঘন্টাৰ ভিতৰত ৩২ জনৰ মৃত্যু।