এজন উদীয়মান কৃষকধ্ৰুৱজোতি
![এজন উদীয়মান কৃষকধ্ৰুৱজোতি](https://aiidesh.news/uploads/images/image_750x_5ec61805b934d.jpg)
যি সময়ত নিৱনুৱা সমস্যা দেশৰ এক জলন্ত সমস্যা হিচাপে চিহ্নত হৈছে ,থিক তেনে সময়তে বহু শিক্ষিত নিৱনুৱাই কিন্তু এই সমস্যাক সমস্যা বুলি নাভাবি কৃষি কৰ্মৰে নিজকে সংস্হাপিত কৰি তুলিছে | লক ডাউনৰ মাজতে শাক পাচলি খেতিত ব্যস্থ এই জন শিক্ষিত এজন যুৱক জন।যোৰহাট বালিচাপৰি বৰখাট গাৱৰ এই জন ধ্ৰুৱজোতি বৰা,| ২০০৩ চনতে স্নাতক ডিগ্ৰীধাৰী এইজন উদীয়মান যুৱকে নিজকে নিৱনুৱা বুলি চিনাকী নিদিয়াৰ মানসেৰে নিজকে কৃষি কৰ্মত আত্ম নিয়োগ কৰে || নিজকে কৃষক হিচাপে চিনাকী দি গৌৰৱ কৰে ধ্ৰুৱজোতিয়ে ||
বৰ্তমান ১০ বিঘাতকৈয়ো অধিক মাটিত লাউ ,জিকা,কোমোৰা, তৰৈ আদিৰ খেতি কৰি সশ্য শ্যামলা কৰি তুলিছে নিজৰ কৃষি পথাৰ || কৃষি কৰ্মৰে মাহিলী ৬০/৭০ হাজাৰ টকা উপাৰ্জন কৰে এই জন উদ্যোগী কৃষকে ||সচাকৈয়ে নৱ প্ৰজন্মৰ বাবে এওলোক প্ৰেৰণাৰ উৎস
কিন্তু পৰিতাপৰ বিষয় ,কিয় কোনো চৰকাৰী আচনিয়ে ঢুকি নাপায় এই সকল প্ৰ্কৃত কৃষকক ? এই কথাই আক্ষেপিত কৰি তুলিছে কৃষক জন