১৮ মে' ২০২০, আজিৰ শিৰোনাম

 

১৮ মে' ২০২০, আজিৰ শিৰোনাম
► ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১০৬ লৈ বৃদ্ধি
► ১৫ জুনৰ পিছতহে খুলিব পাৰে শ্বপিং মল, চিনেমা হল
► ছ’ছিয়েল মেডিয়াত সমাদৃত টীয়কৰ যুৱ শিল্পী বিকাশৰ কন্ঠৰে মোহিছে সকলোকে
► যোৰহাট উন্নয়ন বজাৰত থলুৱা ব্যৱসায়ীক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰ
► নগাঁৱৰ জুৰীয়াত কোৰোণা ৰোগীক চাবলৈ ৰাইজৰ ভিৰ
► সামাজিক দুৰত্বলৈ বুঢ়া আঙুলি, ৰামলীলা মৈদানত গোট খালে হাজাৰ হাজাৰ শ্ৰমিক
► পি এম কিষাণ নিধিৰ দুৰ্নীতিৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ
► ঋণ পাব মুৰ্গী-গাহৰি পালকেও, মৃত উদ্যোগ সমূহৰ বাবেও লোৱা হৈছে বিশেষ পদক্ষেপ
► চীনক প্রত্যাহ্বান জনাবলৈ লাডাখত সেনাৰ শক্তি বৃদ্ধি
► সংকটত জীৱিকাঃ ৰাজধানী দিল্লী এৰিলে ৬০ শতাংশ যৌনকর্মীয়ে