সুখবৰঃ চিনেমা হল, শ্বপিং মল মুকলি হব

সুখবৰঃ চিনেমা হল, শ্বপিং মল মুকলি হব

সুখবৰঃ চিনেমা হল, শ্বপিং মল মুকলি হব

কৰোণা ভাইৰাছৰ প্ৰভাৱত লকডাউনৰ বাবে বন্ধ হৈ  মল, চিনেমা হল আৰু খুচৰা দোকান খোলাৰ বিষয়ে চিন্তা-চচ্চা আৰম্ভ কৰছে চৰকাৰে। উল্লেখ কৰা হৈছে যে সেউজীয়া চিহহ্নিত অঞ্চলবোৰত হৈ  মল, চিনেমা হল আৰু খুচৰা দোকান খোলাৰ অনুমতি প্ৰদান কৰিব পাৰে।গতিকে শাৰীৰিক দুৰত্ব আৰু  মাস্ক পৰিধানৰ দৰে বিষয়বোৰ এই সময়ত গুৰুত্ব প্ৰদান কৰা হব। চৰকাৰে বিশ্বাস কৰে যে এই পৰিকল্পনা কার্যকৰ হিচাবে প্রমাণিত হলে ব্যবসায়িক কার্যক্রমে গতি অর্জন কৰিব। কর্মকর্তাসকলৰ মতে,  নিশাৰ সময়ত  অনুমতি দিলে যানজট হ্রাস হব  আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহজ হব।